55
ডিজিটেল ডেস্কঃ দেশত এতিয়া বৃদ্ধি হৈছে মহিলাৰ মাহেকীয়াক লৈ সজাগতা। এই সজাগতাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বিভিন্ন সংস্থাই৷
এনে এক পদক্ষেপ ল’বলৈ আগবাঢ়ি আহিছে দেশৰ এটি টেলিভিছন চেনেল৷ কেৰেলাৰ মাত্ৰুভূমি নামৰ চেনেলটোৱে মহিলা কৰ্মীসকলৰ বাবে আৰম্ভ কৰিলে বিশেষ ছুটীৰ ব্যৱস্থা৷