62
বাণিজ্য ডেস্কঃ এইবাৰ বজাৰলৈ আহিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ বিনামূলীয়া ৪ জি সেৱা সংযুক্ত ফিচাৰ ফোন হেণ্ডছেট। শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ বাৰ্ষিক সাধাৰণ সভাত এই ঘোষণা কৰিছে মুকেশ আম্বানিয়ে।
নতুন ‘জিঅ ফোন’ সন্দৰ্ভত মুকেশ আম্বানিৰ ভাষ্য, ”ক’বলৈ গ’লে জিঅ’ ফোনৰ দাম বৃদ্ধি পাইছে শূন্য টকাকৈ। গ্ৰাহকসকলে কেৱল এককালীন ছিকিউৰিটি ডিপোজিট হিচাপে ৩ বছৰৰ বাবে ৰিটাৰ্ণেবল ১৫০০ টকা দিলেই হ’ব।’’