54
ডিজিটেল ডেস্কঃ পূৰ্বে বিদেশী শাসকক দেশৰ পৰা খেদিবলৈ ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছিল মহাত্মা গান্ধীয়ে। এতিয়া স্বাধীনতাৰ প্ৰায় ৭০ বছৰৰ পিছত আকৌ এবাৰ ভাৰত ত্যাগ আন্দোলন ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে।
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে দেশৰ শাসনৰ পৰা ব্ৰিটিছৰ দৰে অপসাৰিত কৰিব বিচাৰিছে বিজেপিক। গান্ধীৰ পথ অনুসৰণ কৰি দিদিয়ে ঘোষণা কৰিছে ভাৰত ত্যাগ আন্দোলন।