Home ৰাজ্যএতিয়া যমদূত ছিগা তাৰ! আকৌ এজন নিহত, আহত ৫

এতিয়া যমদূত ছিগা তাৰ! আকৌ এজন নিহত, আহত ৫

by News Desk
66 views
A+A-
Reset

কলিয়াবৰ/বাঘবৰঃ যোৱা ১৭ জুলাইত বৰশী বাবলৈ টোপ বিচাৰি ফুৰোতে পূৰ্বৰে পৰা মাটিত পৰি থকা বিদ্যুতৰ তাঁৰত লাগি আকাশ ৰায় নামৰ লখিমপুৰ জিলাৰ ১নং কাৱৈমাৰীৰ পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰৰ থিতাতে মৃত্যু হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰাই পথত পৰি থকা তাৰত লাগি এজন লোকৰ মৃত্যু হোৱাৰ লগতে শিশু সহ পাঁচগৰাকী লোক গুৰুতৰভাৱে আহত হোৱাত ৰাজ্যত পুনৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা ১৪ জুলাইত গুৱাহাটীৰ কৃত্ৰিম বানৰ ফলত পথত জমা হোৱা পানীত পৰি তাৰত লাগি চিৰিয়াখানাৰ ওচৰত পুষান কলিতা আৰু আনোৱাৰ হুছেইনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে প্ৰায় ৪১ গৰাকী লোকে বিদ্যুৎ বিভাগৰ গাফিলতিত মৃত্যু মুখত পৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0