60
গৰৈমাৰীঃ ছয়গাঁৱৰ গৰৈমাৰীত আজি ব্ৰজপাত পৰি বহু লোক গুৰুতৰ ভাবে আহত হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত বাতৰি মতে, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ অধ্যক্ষ হবিবৰ ৰহমানে হজ যাত্ৰাৰ পূৰ্বে আজি নিজ বাসগৃহত দোৱা অনুষ্ঠানৰ আয়োজন কৰিছিল।