104
গৰৈমাৰীঃ দক্ষিণ কামৰূপৰ গৰৈমাৰীত ঘাতক স্বামীয়ে প্ৰাণ ললে পত্নীৰ। দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী আৰক্ষী চকীৰ অন্তৰ্গত শিঙৰীমাৰী হাবিত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড।
শিঙিমাৰী হাবিৰ আব্দুল মালেক নামৰ লোকজনে দাৰ ঘাপিযাই হত্যা কৰে পত্নী বেলভানু নেছাক।