123
জাজৰিঃ অসম ভিত্তিত অনুষ্ঠিত মুকলি কাৰাটে প্ৰতিযোগিতাত ৰহাৰ খাইগড় বোধিধৰ্ম কাৰাটে ক্লাৱে কাটা আৰু কুমিটে দুয়োটা শাখাটে অংশগ্ৰহণ কৰি ২২টা পদক লাভ কৰিবলৈ সক্ষম হয়।
চকলাঘাট কাৰাটে একাডেমীৰ উদ্যোগত যোৱা ২২ আৰু ২৩ জুলাইত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাখনত প্ৰিয়ম মজুমদাৰে দুটা স্বৰ্ণ, দীপশিখা পাটৰে ১টা স্বৰ্ণ আৰু ১টা ৰূপ, সুস্মিতা কোঁৱৰে ১টা স্বৰ্ণ লাভ কৰে।