68
চৰাইদেউঃ চৰাইদেউ জিলাৰ অভয়পুৰ প্ৰেক্ষাগৃহত ভাৰতীয় যুৱ-মৰ্চাৰ “সতীৰ্থ সন্মিলন” সভা শনিবাৰে অনুষ্ঠিত হৈ যায়।
সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ উপস্থিতিত সতীৰ্থ সন্মিলন সন্মিলন সভাত ডেৰ শতাধিক যুৱকে বিজেপিত যোগদান কৰে।