Home দেশছুপ্ৰিম ৰায়! ১৪০০ বছৰীয়া তিন তালাক অসাংবিধানিক

ছুপ্ৰিম ৰায়! ১৪০০ বছৰীয়া তিন তালাক অসাংবিধানিক

by News Desk
70 views
A+A-
Reset

ডিজিটেল ডেস্কঃ অৱেশষত অবৈধ হৈ পৰিল ১৪০০ বছৰীয়া প্ৰাচীন তিন তালাক! উচ্চতম ন্যায়ালয়ৰ ৫জনীয়া বিচাৰপতিৰে গঠিত সাংবিধানিক বিচাৰপীঠে মঙলবাৰে ঘোষণা কৰে যে তিন তালাক সম্পূৰ্ণৰূপে অসাংবিধানিক৷ অহা ৬ মাহৰ ভিতৰত এই সন্দৰ্ভত আইন যুগুত কৰিবলৈকো চৰকাৰক নিৰ্দেশ দিয়ে সৰ্বোচ্চ আদালতে৷

এই ৬ মাহৰ ভিতৰত বিবাহ বিচ্ছেদৰ বাবে তিন তালাক প্ৰক্ৰিয়াৰ আশ্ৰয় ল’ব নোৱাৰিব বুলিও শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে৷ এই সময়ছোৱাত যদি কোনো লোকে তিন তালাক দিয়ে আৰু সংশ্লিষ্ট স্ত্ৰীগৰাকীয়ে যদি আদালতৰ দ্বাৰস্থ হয় তেন্তে বিবাহ বিচ্ছেদ গ্ৰাহ্য নহ’ব বুলি বিচাৰপীঠে জানিবলৈ দিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0