Home গুৱাহাটীসংকটত অসমীয়াৰ অস্তিত্ব, আকৌ ‘জুয়ে পোৰা ৮৩’

সংকটত অসমীয়াৰ অস্তিত্ব, আকৌ ‘জুয়ে পোৰা ৮৩’

by News Desk
132 views
A+A-
Reset

গুৱাহাটীঃ অবৈধ নাগৰিকৰ বিৰুদ্ধে অসমত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হৈছিল অসম আন্দোলন। অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে চলা এই আন্দোলনত অসমৰ আৱাল, বৃদ্ধ বনিতা জপিয়াই পৰে। অসমৰ এই আন্দোলনক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিছাপে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত অসমীয়া ডেকাই কৰিছিল এই আন্দোলন। আন্দোলনৰ সময়ছোৱাত নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু হিংসা হৈছিল। অৱশেষত দিল্লীত সংগ্ৰামৰ নেতৃত্ব লোৱা নেতাসকলে ১৯৮৫ চনত অসম চুক্তিত স্বাক্ষৰ কৰাত অসম আন্দোলনৰ অন্ত পৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0