Home ক্ৰীড়াকোকৰাঝাৰত ২৮তম অসম জুডো প্ৰতিযোগিতা আৰম্ভ

কোকৰাঝাৰত ২৮তম অসম জুডো প্ৰতিযোগিতা আৰম্ভ

by News Desk
68 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৮ তম অসম জুডো প্ৰতিযোগিতা। কোকৰাঝাৰ জিলা জুডো সন্থাৰ উদ্যোগত ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ইতিমধ্যে ৰাজ্যৰ ১২ খন জিলাৰ ৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

২৮তম জুডো প্ৰতিযোগিতা উপলক্ষে আজি ৰাতিপুৱা কাৰ্যসূচী অনুসৰি  সন্থাৰ পতাকা উত্তোলনৰে খেলৰ শুভাৰম্ভ কৰে জিলা জুডো সন্থাৰ অধ্যক্ষ তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই৷ ইয়াৰ পিছতে ৰাজ্যিক জুডো সন্থাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক জুডো সন্থাৰ সভাপতি শৈলেন্দ্ৰ ডেকাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0