86
বঢ়মপুৰঃ বিচিত্ৰ পৃথিৱীত কি বাৰু নাই৷ দেখাৰ পৰা দেখি নপোৱালৈকে, চিনাৰ পৰা চিনি নপোৱালৈকে ঈশ্বৰৰ বিচিত্ৰ সৃষ্টিৰে ভৰপূৰ এই পৃথিৱী৷
নিতৌ ন ন ঈশ্বৰৰ সৃষ্টিৰ সম্ভেদ পোৱা হোৱাৰ পাছতে এইবাৰ এইখন অসমতে দেখা পোৱা গ’ল এক অদ্ভুত পতংগ৷ নগাঁও জিলাৰ চামগুৰি চাপানালাত আজি দেখা পোৱা গ’ল এইবিধ বিচিত্ৰ পতংগ৷