Home ৰাজ্যশিক্ষক দ্ৰোণধৰ সেনাপতিৰ বিয়োগ

শিক্ষক দ্ৰোণধৰ সেনাপতিৰ বিয়োগ

by News Desk
61 views
A+A-
Reset

লাহোৱালঃ মদাৰখাত মৌজাৰ অৱসৰপ্ৰাপ্ত শিক্ষক দ্ৰোণধৰ সেনাপতিৰ বাৰ্দ্ধক্যজনিত কাৰণত নিজ বাসভৱনত সোমবাৰে মৃত্যু হয়। ১৯২৭ চনৰ ২৭ জানুৱাৰীত ফুটাহোলা গাঁৱত জন্মগ্ৰহণ কৰা দ্ৰোণধৰ সেনাপতিয়ে ফুটাহোলা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ সেৱা আগবঢ়ায় আৰু প্ৰধান শিক্ষক হিচাপে ১৯৯০ চনত অৱসৰ গ্ৰহণ কৰে।

মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯১ বছৰ। মায়মৰা বৈষ্ণৱ সমাজৰ এজন গাঁওবুঢ়া হিচাপে তেখেতে সমাজত আগস্থানত আছিল।সমাজৰ হকে কাম কৰি ভাল পোৱা সৰবৰহী ব্যক্তিগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0