65
ডিজিটেল ডেস্কঃ দেহা থাকিলেহে বেহা। এই আপ্তবাক্যৰ অৰ্থ ভালদৰে অনুধাৱন কৰিব পাৰে মধ্যপ্ৰদেশৰ নিমাচ জিলাৰ মহিলাই।
জিলাখনৰ এটা ডাঙৰ এলেকাৰ মহিলাসকলে পেট প্ৰৱৰ্তন কৰে দেহ ব্যৱসায় কৰি। তেওঁলোকৰ সমাজত স্বীকৃত এই বৃত্তি।