Home গুৱাহাটীবিজেপিৰ পতাকাৰে নিৰ্মাণ কৰা এখন বিশেষ দলং!

বিজেপিৰ পতাকাৰে নিৰ্মাণ কৰা এখন বিশেষ দলং!

by News Desk
57 views
A+A-
Reset

গুৱাহাটীঃ গুৱাহাটী মহানগৰৰ এটি পথক লৈ বিপদত পৰিছে শ শ লোক৷ বাৰিষাটো দূৰৈৰ কথা খৰালি কালতো পথটোৰে আহ-যাহ কৰিব নোৱাৰে মানুহ৷ এটা ফাল নলাত খহি গৈ পথটো বিলুপ্ত হ’বলৈহে বাকী থকা পৰিলক্ষিত হৈছে৷ ৰাইজে চিমেন্টৰ বস্তাত মাটি ভৰাই পাৰি দি হে ৰক্ষা কৰিছে পথটো৷ পথটোৰ সাধাৰণ দুখন দলং বছৰ বছৰ ধৰি ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি আহিছে৷ 

পথটোৰে আহ-যাহ কৰা লোকসকলে খোদ পথটো তথা দলং মেৰামতি কৰি আহ-যাহ কৰিব লগা হয়৷ বছৰ বছৰ ধৰি গাঠিৰ ধন খৰছ কৰি কাঠ কিনি মিস্ত্ৰী লগাই ৰাইজে দলং সাজি আহ-যাহ কৰিব লগা হোৱাৰ পাছতো চৰকাৰ তথা মহানগৰ প্ৰশাসনে গুৰুত্ব আৰোপ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই পথটো আছে মহানগৰীৰ দিছপুৰ বিধানসভা সমষ্টিৰ আনন্দনগৰৰ কৈলাশপুৰত৷ পথটোৰ নাম হৈছে আনন্দনগৰ মছজিদ-জ্যোতিনগৰ পথ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0