Home ৰাজ্যধোদৰ আলি, আহোম যুগৰ ধোদতকৈও অধম ধোদ ঠিকাদাৰ

ধোদৰ আলি, আহোম যুগৰ ধোদতকৈও অধম ধোদ ঠিকাদাৰ

by News Desk
790 views
A+A-
Reset

নামতিঃ আহোম ৰজাৰ শাসন কালত ধোদৰ ভাও ধৰি কামৰ পৰা পলায়ণ কৰা একাংশ গোঁসাই আৰু ভকতক বন্দী কৰি নিৰ্মাণ কৰা হৈছিল ঐতিহাসীক ধোদৰ আলি। ইতিহাস মতে আহোম ৰজা গদাধৰ সিংহৰ দিনত ১৬৮১-১৬৯৫ চনত ধোদৰ আলি নিৰ্মাণ হৈছিল৷ ছশ বছৰ আহোম ৰাজত্বৰ কালত কাম কৰিবলৈ ইচ্ছা নথকা একাংশ ধোদৰূপী মানুহৰ হাতেৰে মাথো ১৪ বছৰৰ ভিতৰত নিৰ্মাণ কৰি উলিয়াইছিল ধোদৰ আলি।

ধোদৰ হতুৱাই নিৰ্মাণ কৰা হোৱা এই ধোদৰ আলি এতিয়া আজিৰ তথ্য প্ৰযুক্তিৰ যুগতো ঠিকাদাৰে কেবা বছৰ ধৰি নিৰ্মাণ কৰিবলৈ সমৰ্থ নোহোৱাৰ অভিযোগ উত্থাপিত হৈছে। আহোম যুগত তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ কোনো ধাৰণা নথকাৰ সময়তে মাথো ১৪ বছৰত নিৰ্মাণ কৰা হৈছিল ধোদৰ আলি৷ কিন্তু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত উন্নয়ণৰ সময়ত এগৰাকী ঠিকাদাৰে বছৰ বছৰ ধৰি নিৰ্মাণ কৰি উলিয়াব পৰা নাই আহোম যুগৰ ঐতিহ্য বহনকাৰী ধোদৰ আলি৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0