93
নগাওঁঃ ৰাইজক নিৰাপত্তা দিবলৈ মোতায়েন কৰা আৰক্ষীয়ে এতিয়া লিপ্ত হ’ল ডকাইতি কাৰ্যত৷ এনে এক আশ্বৰ্যকৰ ঘটনা সংঘটিত হ’ল নগাঁও জিলাৰ গৰৈমাৰী অঞ্চলত৷
ঘটনা অনুসৰি আজি দুপৰীয়া গৰৈমাৰীৰ অামজাদ অালীৰ ঘৰত প্ৰৱেশ কৰি চাৰি দুৰ্বৃত্তৰ এটা দলে আক লাখ টকা দাবী কৰে৷ আমজাদ আলীৰ ঘৰত চাৰি দুৰ্বৃত্তৰ পাছতেই ঘটনাৰ সম্ভেদ পাই স্থানীয় ৰাইজ উপস্থিত হৈ দুৰ্বৃত্ত কেইজনক কৰায়ত্ব কৰি উত্তম মাধ্যম শোধায়৷