89
লংকাঃ লংকা চহৰৰ অন্যতম উচ্চশিক্ষাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ লংকা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ ২০১৭-১৮ বৰ্ষৰ নিৰ্বাচনখন শনিবাৰে সম্পন্ন হয়৷
নিৰ্বাচনৰ ফলাফল অনুসৰি মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সৰ্বমুঠ ১৪ টা পদেই এবিভিপিৰ দখললৈ যায়৷ ফলাফলৰ পিছত এবিভিপিৰ সদস্য তথা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিজয়ী প্ৰাৰ্থী সকলক লৈ লংকা চহৰৰ মাজ মজিয়াৰে এক বিশাল ৰেলি উলিয়ায়৷