Home দেশবানৰ কবলত সম্ভ্ৰান্ত মানুহৰ মহানগৰ মুম্বাই

বানৰ কবলত সম্ভ্ৰান্ত মানুহৰ মহানগৰ মুম্বাই

by News Desk
72 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সপ্তাহটোৰ দ্বিতীয়টো বানৰ কবলত পৰিল মায়ানগৰী মুম্বাই৷ নেৰানেপেৰা বৰষুণৰ ফলয় ডুব যায় মায়ানগৰী৷ যাৰ ফলত যাতায়াত ব্যাহত হৈ পৰে স্কুল-কলেজ বন্ধ ৰাখিব লগা হয়৷ যানবাহনৰ লগতে বানৰ ফলত বিমান সেৱাটো ব্যাপক প্ৰভাৱ পৰে৷ এতিয়া একপ্ৰকাৰ পানীৰ তলত সম্ভ্ৰান্ত মানুহৰ মহানগৰ খন৷

দেশৰ বানিজ্যৰ কেন্দ্ৰস্থল মুম্বাই চহৰ সপ্তাহটোৰ দ্বিতীয়টো বানৰ কবলত পৰি হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিব লগা হৈছে৷ বানৰ কবলত পৰা ময়ানগৰীৰ স্কুল-কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদি বন্ধ থকাৰ লগতে ৰেল সেৱা, বিমান সেৱা আদি বন্ধ থকা পৰিলক্ষিত হয়৷ জানিব পৰা মতে, মুম্বাই চহৰত মঙলবাৰৰ পৰা নেৰানেপেৰা বৰষুণৰ দি আহিছে৷ ২০১ মিলিমিটাৰ আৰু কাছ দাহানত বৰষুণৰ পৰিমান হয় ৩০৪ মিলিমিটাৰ বুলি জানিব পৰা গৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0