Home গুৱাহাটীগুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ সামৰণি

by News Desk
72 views
A+A-
Reset

জালুকবাৰীঃ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বৰ্ণিল আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ বুধবাৰে সামৰণি পৰে৷ যুৱ মহোৎসৱত কেবাশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰাত বিশ্বিবদ্যালয়খনত উখল-মাখল পৰিৱেশৰ সৃষ্টি হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ যোৱা ১৭ ছেপ্তেম্বৰত উদ্বোধন কৰে উপাচাৰ্য ড০ মৃদুল হাজৰিকাই।

উদ্ধোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত৷ গুৱাহাটী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱৰ বুধবাৰে সামৰণি পৰে৷ সামৰণি তথা বটাঁ বিতৰণী অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হয়৷ বঁটা বিতৰণী সভাত ৰাজ্যৰ কেবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0