Home দেশফুটব্ৰীজ খহি ২২ জনৰ মৃত্যু

ফুটব্ৰীজ খহি ২২ জনৰ মৃত্যু

by News Desk
64 views
A+A-
Reset

ডিজিটেল ডেস্কঃ প্ৰৱল বৰষুণৰ পৰা বাচিবলৈ গৈ ফুট ব্ৰীজত উঠি প্ৰাণ গ’ল ২২ জনৰ৷ এই ঘটনা সংঘটিত হৈছে দেশৰ প্ৰধান বাণিজ্যৰ চহৰ মুম্বাইত৷ মুম্বাইৰ এলফিনষ্টোন ৰেল ষ্টেছনত সংঘটিত ঘটনাৰ ফলত ৰেল ষ্টেছনত হুৱা-দুৱা লাগে৷

শুকুৰবাৰে পুৱাৰে পৰা মুম্বাইত প্ৰৱল বৰষুণ দিবলৈ আৰম্ভ কৰে৷ পুৱাৰ ভাগত বৰষুণ দিবলৈ আৰম্ভ কৰাৰ সময়তে ষ্টেছনত ৰেলৰ বাবে ৰৈ থকা কেইবা শ লোকে বৰষুণৰ পৰা নিজকে বচাবলৈ ফুট ব্ৰিজত উঠে৷ কেইবা শ লোক উঠাত ভৰ সহিব নোৱাৰি ফুট ব্ৰীজখন খহি পৰে৷ লগে লগে হুৱা-দুৱা লাগে ষ্টেছনটোত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0