Home অন্যান্য খবৰগভীৰ সামুদ্ৰিক খনন আৰু সংকটাপন্ন জৈৱবৈচিত্র

গভীৰ সামুদ্ৰিক খনন আৰু সংকটাপন্ন জৈৱবৈচিত্র

by News Desk
247 views
A+A-
Reset

গভীৰ সামুদ্ৰিক খনন খনিজ সম্পদ নিষ্কাসনৰ দিশত নতুনকৈ উদ্ভব হোৱা ক্ষেত্ৰ। সমুদ্ৰপৃষ্ঠৰ ১৭০০ ৰ পৰা ৩৭০০ মিটাৰ গভীৰতাত তলিভাগত কেতবোৰ উষ্মজলীয় ফাঁট থাকে। পৃথিবীৰ অন্তৰ্ভাগৰ উত্তপ্ত অবস্থাত থকা মেগমাৰ প্ৰভাবত শিলাস্তৰত আবদ্ধ হৈ থকা ধাতু আদি তৰল অবস্থাপ্ৰাপ্ত হৈ চাপ পাই সমুদ্ৰতল ফালি ওলাই আহে। চাৰিশ ডিগ্ৰীৰো অধিক উষ্ণতাত থকা এই তৰল ভুত্বকৰ পৰা ওলাই আহিয়ে সমুদ্ৰৰ শীতল জলস্তৰত প্ৰবেশ কৰে। এই উত্তপ্ত তৰলে শীতল পানীৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰাৰ ফলত সমুদ্ৰতলীত ধাতবীয় ছালফাইডৰ অধঃক্ষেপ পৰে। সমুদ্ৰতলীত জমা হোৱা এই ছালফাইড আকৰতে সোণ, ৰূপ, মেংগানীজ, কপাৰ, ক’বাল্ট, জিংক আদিৰ দৰে মূল্যবান ধাতু থাকে। এতিয়ালৈকে আবিষ্কৃত এনে উষ্মজলীয় পুঙৰ সংখ্যা ৩০০ ৰ অধিক নহয়। মহাসাগৰৰ বুকুত এনে পুঙৰ সংখ্যা গণি শেষ কৰিবপৰা নাযাব।

 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0