Home ৰাজ্যহোজাইত জুৱাৰ ঘটি উচ্ছেদ, জেললৈ প্ৰেৰণ ১২ জুৱাৰীক

হোজাইত জুৱাৰ ঘটি উচ্ছেদ, জেললৈ প্ৰেৰণ ১২ জুৱাৰীক

by News Desk
77 views
A+A-
Reset

লংকাঃ কালী পূজা আৰু দেৱালী উপলক্ষে হোজাই জিলাৰ আৰক্ষী অধীক্ষকে জিলা খনত জুৱা খেলৰ ওপৰত বিশেষ নিষেধাজ্ঞা জাৰি কৰিছিল যদিও আৰক্ষীৰ চকুত ধূলি দি একাংশই কিন্তু জিলাখনৰ কিছু অংশত জুৱা খেল অনুষ্ঠিত কৰি সমাজখনক বিৰূপ প্ৰভাৱ পেলাইছে। তেনে এক জুৱাৰ ঘটি আজি পুৱতি নিশা হোজাই আৰক্ষীয়ে উচ্ছেদ কৰাৰ লগতে বৃহৎ পৰিমাণৰ নগদ ধন সহ ১২ জুৱাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰে।

আজি পুৱতি নিশা হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ক্ষিতেশ্বৰ বনিয়াই এক গোপন সূত্ৰে জানিব পাৰে যে, হোজাই কৃষ্ণনগৰৰ জনৈক বিশ্বজিত দেৱনাথ নামৰ লোক জনৰ বাসগৃহত এক বৃহৎ জুৱা চলি আছে। নিশা প্ৰায় দহ বজাৰ পৰা চলা এই জুৱাত হোজাইৰ বহু ব্যৱসায়ীয়ে অংশ গ্ৰহণ কৰিছে। খবৰ পোৱা মাত্ৰে আৰক্ষী বিষয়া জনে উক্ত লোকজনৰ বাসগৃহত তালাচী চলায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0