Home ৰাজ্যআচাৰ্য ইলাৰাম দাসৰ তিৰোভাৱ তিথি, লোকে লোকাৰণ্য বেবেজীয়া

আচাৰ্য ইলাৰাম দাসৰ তিৰোভাৱ তিথি, লোকে লোকাৰণ্য বেবেজীয়া

by News Desk
101 views
A+A-
Reset

নগাঁওঃ আধ্যাত্মিক পথাৰখনৰ একান্ত প্ৰহৰীস্বৰূপ একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপৰ চতুৰ্দশ বাৰ্ষিক তিৰোভাৱ দিৱসটি যোৱা ১৮ অক্টোবৰৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে নগাঁও জিলাৰ বেবেজীয়া পালনাম থান প্ৰাংগণত ব্যাপক উৎসাহ-উদ্দীপনাৰে অনুষ্ঠিত হৈছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ উপস্থিতিত সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে বেবেজীয়া৷

পাহাৰ-ভৈয়াম একাকাৰ কৰি বিভিন্ন জাতি-জনজাতিক একতাৰ ডোলেৰে বান্ধি ভক্তিৰস প্ৰতিষ্ঠা কৰা একশৰণ ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক আচাৰ্য তথা শংকৰদেৱ বঁটা প্ৰাপ্ত ইলাৰম দাস বাপৰ তিৰোভাৱ দিৱসটি প্ৰতিবছৰে একশৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কাৰ্যালয় বেবেজীয়া পালনাম থানত উদযাপন কৰি অহা হৈছে ৷ চাৰি প্ৰহৰ পালনাম কীৰ্ত্তনেৰে সমাজৰ সকলো শ্ৰেণীৰ মাজত বাপ ঈশ্বৰৰূপে পৰিচিত প্ৰতিষ্ঠাপক আচাৰ্য ইলাৰাম দাস বাপৰ তিৰোভাৱ দিৱসটি ওলহ-মালহেৰে ভকত, আইমাতৃ তথা তৰুণ-তৰুণীসকলে অনুষ্ঠিত কৰিছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0