Home ৰাজ্য৫ লাখত লাগে ৰূপম অসম ওৰফে শ্ৰীকান্ত বৰা ওৰফে কালিয়াক

৫ লাখত লাগে ৰূপম অসম ওৰফে শ্ৰীকান্ত বৰা ওৰফে কালিয়াক

by News Desk
59 views
A+A-
Reset

ফিল’বাৰীঃ অসম আৰক্ষীয়ে এগৰাকী আলফাৰ মুল্য নিৰ্ধাৰণ কৰিছে ৫ লাখ টকা৷ অসমৰ আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে আলফা নেতা ৰূপম অসম৷ যাৰ বাবে তিনিচুকীয়াৰ আৰক্ষীয়ে পোষ্টাৰ মাৰিব লগা হৈছে ৰূপমক বিছাৰি৷ নিৰ্ধাৰণ কৰিব লগা হৈছে মুল্য৷ মষ্ট ৱান্টেড আলফা (স্বা)ৰ শীৰ্ষ নেতা ৰূপম অসম ওৰফে শ্ৰীকান্ত বৰা ওৰফে কালিয়াৰ মুল্য নিৰ্ধাৰণ কৰিছে ৫ লাখ।

গোলাঘাট জিলাৰ শগুণপাৰাৰ  আলফা কেডাৰৰ সন্ধান দিব পাৰিলে তিনিচুকীয়া আৰক্ষীয়ে পাঁচ লাখ টকাৰ পুৰষ্কাৰ দিব বুলি প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। আৰক্ষীয়ে আলফা কেডাৰগৰাকীৰ ফটো লগাই বিভিন্ন স্থানত প’ষ্টাৰিং কৰাও দেখা গৈছে। জানিব পৰা মতে, ৰূপম অসমৰ বিৰুদ্ধে তিনিচুকীয়া জিলাৰ একাধিক স্থানত ধন দাবী, অপহৰণ তথা হত্যাৰ ঘটনাৰ গোচৰ ৰুজু হৈ আছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0