Home দেশনালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত ড০ বিজয় ভাট্‌কাৰ

নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত ড০ বিজয় ভাট্‌কাৰ

by News Desk
75 views
A+A-
Reset

ভাৰতীয় ছুপাৰ কম্পিউটাৰৰ পিতৃপুৰুষৰূপে খ্যাত ড০ বিজয় পাণ্ডৰাংগ ভাট্‌কাৰ এতিয়া ইতিহাসপ্ৰসিদ্ধ নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত অধিস্থিত কৰা হয়। ১৯৪৬ চনৰ ১১ অক্টোবৰত জন্ম গ্ৰহণ  কৰা ড° ভাট্‌কাৰে দিল্লীৰ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠানত শিক্ষা গ্ৰহণ কৰি পুনেৰ চেন্টৰ অব ডেভলপমেন্ট অব এডভান্স কম্পিউটিঙত সেৱা আগবঢ়াই ভাৰতৰ্ষৰ ছুপাৰ কম্পিউটাৰৰ বিকাশৰ নেতৃত্ব গ্ৰহণ কৰিছিল। উল্লেখ্য যে ১৯৯১ চনত দেশৰ প্ৰথমটো ছুপাৰ কম্পিউটাৰ ‘পৰম’ক কাৰ্যক্ষম কৰা হৈছিল। ঐতিহ্যমণ্ডিত নালন্দা বিশ্ববিদ্যালয়ৰ ভূতপূৰ্ব উপাচাৰ্য গোপা সাভাৰৱালে ২০১৬ চনৰ ২৪ নৱেম্বৰত পদত্যাগ কৰাত এই পদটো ইমান দিনে খালী হৈ আছিল। পদ্মভূষণ ড০ বিজয় পাণ্ডৰাংগ ভাট্‌কাৰৰ নিযুক্তিয়ে বিশ্ববিদ্যালয়খনলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0