Home ৰাজ্যপ্ৰাক্তন আলফালৈ হাগ্ৰামাৰ ৫০০ বিঘা মাটি

প্ৰাক্তন আলফালৈ হাগ্ৰামাৰ ৫০০ বিঘা মাটি

by News Desk
73 views
A+A-
Reset

কোকৰাঝাৰঃ বিভিন্ন গোটত বিভক্ত হৈ থকা আত্মসমৰ্পণকাৰী আলফা, আলোচনাপন্থী আলফাসকলক একগোট কৰাৰ উদ্দেশ্যৰে তথা নগাঁৱৰ নেহৰুৱালিত অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আলফাৰ অভিৱৰ্তন সাফল্যমণ্ডিত কৰি তুলিবলৈকে আজি আলফাৰ জ্যেষ্ঠ নেতা অনুপ চেতিয়াই কোকৰাঝাৰ ভ্ৰমণ কৰি প্ৰাক্তন আলফা সদস্যসকলক সাক্ষাৎ কৰি ঐক্যবদ্ধ হোৱাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ফলপ্ৰসু আলোচনা কৰে ।

কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ডিমলগাঁওস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত আলফাসকলৰ দ্বাৰা আয়োজিত হোৱা এক সভাত আলফাৰ জেষ্ঠ্য নেতা ক্ৰমে অনুপ চেতিয়া , মৃণাল হাজৰিকা , প্ৰাণজিৎ শইকীয়া,কল্পজ্যোতি নেওগ আৰু ললিত দেউৰী উপস্থিত থাকি ছহীদ পৰিয়াল , আত্মসমৰ্পণকাৰী আৰু অালোচনাপন্থী আলফাৰ সমস্যা-সমাধান সম্পৰ্কত আলোচনা কৰে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0