60
কামপুৰঃ নগাঁৱত এতিয়া প্ৰতিদিনে সংঘটিত হ’ব ধৰিছে হৰস্যজনক হত্যা কাণ্ড। হত্যাকাণ্ড সংঘটিত কৰাৰ বাবে নগাঁও জিলাখন যেন হৈ পৰিছে দুষ্কৃতিকাৰীৰ বাবে ৰম্য ভূমি৷ ইটোৰ পিছত সিটোকৈ উদ্ধাৰ হৈছে মৃতদেহ৷ চাৰিদিন পূৰ্বে গাড়ী চালক গোপাল দাসৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বৃহস্পতিবাৰে উদ্ধাৰ হ’য় আন এটা মৃতদেহ ৷ নগাঁও জিলাৰ কঠিয়াতলীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।