Home ৰাজ্যফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত হাফলঙত প্ৰতিবাদ

ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবীত হাফলঙত প্ৰতিবাদ

by News Desk
71 views
A+A-
Reset

খেৰণীঃ কেন্দ্ৰীয় চৰকাৰে সকলো পক্ষক অন্ধকাৰত ৰাখি সম্পাদনা কৰিছে ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট তথা সম্প্ৰতি প্ৰচাৰ মতে তাত অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰিব এয়া স্পষ্ট৷ এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক সবিশেষ অৱগত নকৰোৱাৰ লগতে জড়িত নকৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি ইতিমধ্য চৰ্চিত হৈছে৷

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰিছে সেয়া যদি হয় তেন্তে অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং৷ নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিবাদ অব্যাহত আছে৷ তাৰ মাজতে মঙলবাৰে ডিমা হাছাও আৰু হাফলং তিনিআলিতো প্ৰতিবাদ সাব্যস্ত কৰে শ-শ লোকে৷ নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধে ডিমাছা জাতীয় সংগঠন, ছাত্র সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0