বুধবাৰে মণিপুৰৰ যুদ্ধ স্মাৰক আৰু সংগ্ৰহালয় পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে

Home ৰাজ্যবুধবাৰে মণিপুৰৰ যুদ্ধ স্মাৰক আৰু সংগ্ৰহালয় পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে

বুধবাৰে মণিপুৰৰ যুদ্ধ স্মাৰক আৰু সংগ্ৰহালয় পৰিদৰ্শন কৰিব ৰাষ্ট্ৰপতি কোবিন্দে

by News Desk
65 views
A+A-
Reset

গুৱাহাটীঃ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ চাৰিদিনীয়া উত্তৰ–পূব ভ্ৰমণৰ বুধবাৰে অন্তিম দিন৷  চতুৰ্দশ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে অন্তিম দিনটো চুবুৰীয়া ৰাজ্য মণিপুৰত অতিবাহিত কৰিব৷ মণিপুৰত দ্বিতীয় দিনা অৰ্থাৎ বুধবাৰে প্ৰথমে যুদ্ধৰ স্মৃতি বিজড়িত স্থান পৰিদৰ্শন কৰিব তেওঁ৷ মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ উন্নয়ণ শীৰ্ষক এক বিশেষ কাৰ্যসূচীত উপস্থিত থাকে ৰাষ্ট্ৰপতিগৰাকীয়ে৷ তাৰ পিছতে মণিপুৰৰ ৰাইজৰ বহু আকাংক্ষাৰ অনুষ্ঠান ঐতিহ্যমণ্ডিত ছাংগাই উৎসৱত অংশ গ্ৰহণ কৰি ছাইগাই উৎসৱ উদ্ধোধন কৰে কোবিন্দে।

মণিপুৰত ৰাষ্ট্ৰপতিয়ে INA WAR MEMORIAL পৰিদৰ্শন কৰাৰ লগতে সংগ্ৰহালয়ত থকা যুদ্ধৰ সময়ৰ সামগ্ৰী সমূহ স্বচক্ষে চাব বুধবাৰে। মঙলবাৰেই মণিপুৰত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীয়ে ইম্ফলত উদ্বোধন কৰে নৰ্থ ইষ্ট ডেভেলপমেণ্ট উদ্ধোধন কৰি উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ণ হলেহে দেশৰ উন্নয়ণ বুলি কয়৷ পৰম্পৰা, ঐতিহ্য, লোকসংস্কৃতি উপভোগ কৰি অভিভূত হৈ পৰে৷ দেশৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্য খনত দুটাকৈ দিন কটোৱাত মণিপুৰৰ লোক উৎসাহী হৈ পৰে৷ আনহাতে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অহা ১ ডিচেম্বৰৰ পৰা নাগালেণ্ডৰ কহিমাত অনুষ্ঠিতহ’বলগীয়া ঐতিহ্যমণ্ডিত বিশ্বপ্ৰসিদ্ধ হৰ্নবিল উৎসৱত উপস্থতি থাকি হৰ্নবিল উৎসৱ উদ্ধোধন কৰিব৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0