58
গোৰেশ্বৰঃ চিপিআই(এম)ৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ সন্মিলন অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ অহা ১১ আৰু ১২ ডিচেম্বৰত দুদিনীয়াকৈ গোৰেশ্বৰত অনুষ্ঠিত হ’ব এই সন্মিলন।
সন্মিলন উপলক্ষে অভ্যৰ্থনা সমিতিয়ে ইতিমধ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। সন্মিলনৰ সৈতে সংগতি ৰাখি চিপিআই(এম)ৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে ২,৩ ডিচেম্বৰত অনুষ্ঠিত কৰিব কৰিব প্ৰাইজমানি টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা।