51
মুম্বাইঃ চলচিত্ৰ পৰিচালক তথা প্ৰযোজক কৰণ জোহৰৰ জনপ্ৰিয় টেলিভিছন শ্বো কফি উইথ কৰণ শীৰ্ষক অনুষ্ঠানত নিজৰ ছবি ৰেংগুণৰ প্ৰমোশ্যনৰ বাবে অহা কংগনাই এক বিস্ফোৰক মন্তব্য আগবঢ়ায়। এক প্ৰশ্নৰ উত্তৰত কংগনাই কয় যে বলিউডৰ তিনি খান ক্ৰমে ছালমান¸শ্বাহৰুখ আৰু আমিৰৰ সৈতে কংগনাই কেতিয়াও কাম নকৰে।