51
মুম্বািইঃ ৮৯তম অস্কাৰ অনুষ্ঠানত দেখা যাব প্ৰিয়ংকাক। আজি শনিবাৰে পুৱা ৰলিং ষ্টনৰ লিড গিটাৰিষ্ট মাইক জেগাৰৰ সৈতে এখন চেলফি দি ইনষ্টাগ্ৰামত এই কথা নিশ্চিত কৰে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই।
উল্লেখ্য যে চলিত বৰ্ষৰ মে মাহত প্ৰিয়ংকাক প্ৰথমবাৰৰ বাবে দেখা যাব হলিউড ছবি বেৱাটচত। ডায়ানে জনচন আৰু জেক এফ্ৰন অভিনীত ছবিখনত প্ৰিয়ংকাই ভিলেইনৰ ৰূপত দেখা যাব।