85
গুৱাহাটীঃ গুৱাহাটীৰ শিল্পগ্ৰামত আজি দিনজোৰা কাৰ্যসূচীৰে “গুৱাহাটী বায়’টেক পাৰ্কৰ” প্ৰতিষ্ঠা দিৱস আৰু বৰ্ষপূৰ্তি অনুষ্ঠান অনুষ্ঠিত হয় l পুৱা ১১ বজাত আৰম্ভ হোৱা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই l
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী কেশৱ মহন্তই প্ৰায় ৩৫ কোটি টকাৰ ব্যয়ৰে আমিনগাওঁত ৬৪ বিঘা মাটিত নিৰ্মাণ হ’বলগীয়া বায়’টেক পাৰ্কৰ মূল ভৱনৰ কথা উল্লেখ কৰে l