Home দেশকাজিৰঙা কাণ্ড, পাঁচ বছৰলৈ নিষিদ্ধ বিবিচি

কাজিৰঙা কাণ্ড, পাঁচ বছৰলৈ নিষিদ্ধ বিবিচি

by News Desk
67 views
A+A-
Reset

দিল্লীঃ বিবিচিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’লে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষই। দেশৰ সকলো ব্যাঘ্ৰ সংৰক্ষণ প্ৰকল্পত ৫ বছৰৰ বাবে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্প’ৰেশ্যন চমুকৈ বিবিছি আৰু চেনেলটোৰ দক্ষিণ এছিয়াৰ সাংবাদিক জাষ্টিন ৰাওলাটে ভৰি থ’ব নোৱাৰিব৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় সংৰক্ষণৰ বাবে বনবিভাগৰ আক্ৰমণাত্মক নীতিৰ আধাৰত নিৰ্মিত ‘ওৱান ৱৰ্ল্ডঃ কিলিং ফৰ কনজাৰভেছন’ শীৰ্ষক তথ্যচিত্ৰখন বিবিচিয়ে এই পদক্ষেপ ল’বলৈ বাধ্য হৈছে কতৃৰ্পক্ষ।

উল্লেখ্য যে তথ্যচিত্ৰখনত এশিঙীয়া গড়ক সুৰক্ষা দিয়াৰ অজুহাতত অমানৱীয় হত্যা হোৱাৰ ইংগিত দিয়া তথ্যচিত্ৰখনে সমগ্ৰ বিশ্বকে আশ্চৰ্যচকিত কৰিছিল। সুৰক্ষাৰ অজুহাতত যিকোনো লোককে সন্দেহমাত্ৰেই গুলিওৱাৰ ক্ষমতাৰ অপব্যৱহাৰৰ ইংগিতধৰ্মী বিষয়বস্তু চৰকাৰৰ অনুমতি নোলোৱাকৈ প্ৰচাৰ কৰাৰ ফলত ভাৰতৰ চৰকাৰৰ ৰোষত পৰিছিল বিবিচি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0