Home দেশএতিয়াৰ পৰা চিনেমা গৃহত জাতীয় সংগীত বজোৱা বাধ্যতামূলক নহয়, উচ্চতম ন্যায়ালয়

এতিয়াৰ পৰা চিনেমা গৃহত জাতীয় সংগীত বজোৱা বাধ্যতামূলক নহয়, উচ্চতম ন্যায়ালয়

by News Desk
70 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এতিয়াৰ পৰা চিনেমা হলত জাতীয় সংগীত বজোৱাটো আৰু বাধ্যতামূলক হৈ নাথাকিব। মঙলবাৰে দেশৰ উচ্চতম ন্যায়লয়ে এই কথা স্পষ্ট কৰে মঙলবাৰে। ২০১৬ চনৰ মাজ ভাগৰ পৰা সকলো চিনেমা গৃহতে জাতীয় সংগীত বজোৱা বাবে দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰিলে উচ্চতম ন্যায়ালয়ে৷ এই সন্দৰ্ভত সোমবাৰেই কিছু আভাষ দিছিল কেন্দ্ৰই৷ 

এই আভাষ মঙলবাৰে যেন সঁচা প্ৰমাণ হল৷ এতিয়াৰ পৰা চিনেমা গৃহত জাতীয় সংগীত বজোৱাটো বাধ্যতামূলক নহয়৷ ২০১৬ চনৰ ৩০ নৱেম্বৰত চিনেমা গৃহত জাতীয় সংগীত বজোৱাটো বাধ্যতামূলক কৰাৰ নিৰ্দেশ দিয়াৰ পিছত বিভিন্ন ঘটনা সংঘটিত হৈছিল। বহু লোকক মাৰধৰ কৰিছিল দেশৰ কেইবাটাওঁ ছবি গৃহত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0