74
গুৱাহাটীঃ ছহিদ কনকলতাৰ জীৱন আধাৰিত ছবিয়ে মুক্তি পাব ১০ মাৰ্চত। পূৰব কী আৱাজ নামৰ চলচ্চিত্ৰখনত সামৰি লোৱা হৈছে ব্ৰিটিছৰ গুলী বুকু পাতি লোৱা স্বাধীনতা সংগ্ৰামীৰ জীৱনৰ সমস্ত ঘটনাৱলী।
যশস্বী পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত লোকনাথ ডেকাই প্ৰযোজনা কৰা ছবিখনৰ বিশেষ দৰ্শনী ৪ মাৰ্চত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।