Home ৰাজ্যআত্মসমৰ্পণ কৰিলে দস্যু জিতুৱে, দাৰে ঘাপিয়াই হত্যা কৰিছিল মহিলা-কিশোৰক

আত্মসমৰ্পণ কৰিলে দস্যু জিতুৱে, দাৰে ঘাপিয়াই হত্যা কৰিছিল মহিলা-কিশোৰক

by News Desk
73 views
A+A-
Reset

কলিয়াবৰঃ ভোগালী বিহুৰ কাহিলী পুৱাই নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত এগৰাকী মহিলা আৰু কিশোৰক হত্যা কৰি আত্মগোপন কৰি থকা জিতু শইকীয়া নামৰ লোকজনে অৱশেষত বিশ্বনাথ জিলাৰ বিশ্বনাথ সদৰ আৰক্ষী থানাত দেওবাৰে নিশা আত্মসমৰ্পণ কৰে৷ জানিব পৰা মতে, চুবুৰীয়া এটা পৰিয়ালৰ তিনিগৰাকী লোকক আক্ৰমণ কৰি জিতুৱে বিশ্বনাথৰ বিহালিত আত্মগোপন কৰি আছিল৷

জিতুৰ শহুৰৰ ঘৰ বিশ্বনাথ জিলাৰ বিহালিত বুলি জানিব পৰা গৈছে৷ ঘৰৰ পৰা পলায়ণ কৰাৰ সময়ত জিতুৱে পত্নীক লগত লৈ গৈছিল যদিও পত্নীক শহুৰৰ ঘৰত থৈ থানাত হাজিৰ হয়৷ ভোগালী বিহুৰ কাহিলী পুৱাই অৰ্থাৎ ১৪ জানুৱাৰীত জিতুৱে তেওৰ ঘৰৰ সমীপৰ এটি পৰিয়ালক সাধাৰণ কথাৰ গইনা লৈ বৰ্বৰ ভাৱে আক্ৰমণ কৰি হত্যা কৰিছল মাতৃ-পুত্ৰক৷ নগাঁও জিলাৰ কলিয়াবৰৰ শিৱস্থানত মাঘ বিহুৰ পুৱাই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত কৰে মদৰ ৰাগিত মাতাল জিতুৱে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0