49
আগৰতলাঃ ত্ৰিপুৰাত এগৰাকী যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কেইবাটাওঁ হত্যা কাণ্ডই জোকাৰি যোৱা ত্ৰিপুৰাত যুৱতীৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পিছতে শাসকীয় চিপিআইএমক উভতি ধৰে বিজেপিয়ে৷
