ডিজিটেল ডেস্কঃ গুজৰাটৰ আহমেদাবাদত বুধবাৰে দুখন দেশৰ দুগৰাকী প্ৰধানে ৰোড শ্ব’ কৰি সৃষ্টি কৰিলে ইতিহাস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্যত বৃহৎ ৰোড শ্ব’ কৰিলে প্ৰধানমন্ত্ৰী মোডী আৰু ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতন্যাহুয়ে।
৬ দিনেৰ বাবে ভাৰত ভ্ৰমণৰ বাবে অহা ইজৰাইলৰ প্রধানমন্ত্রীয়ে ভাৰতৰ সৈতে কেইবাখনো চুক্তিত স্বাক্ষৰ কৰে৷ এটি টুইট কৰি ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে মোডীয়ে বুধবাৰে গুজৰাটৰ অতিথি হৈ আতিথ্য গ্ৰহণ কৰাৰ কথা। গুজৰাটৰ বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ কছথা ঘোষণা কৰিছিল টুইট যোগে৷ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিনৰ ভাৰত ভ্ৰমনৰ বুধবাৰে তৃতীয় দিন।