70
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন স্থানত নাৰী আজি শাৰীৰিক নিৰ্যাতনৰ বলি হৈ আহিছে৷ কাৰ্যালয় হওক, গাড়ীৰ ভিতৰতে হওঁক নাৰী যেন কতো সুৰক্ষিত নহয়।
যিকোনো স্থানত যাত্ৰা কৰাৰ সময়ত বাছ,টেক্সি নতুবা ভাড়া কৰা গাড়ীত একাংশ চালক নতুবা অন্য লোকৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হ’ব লগা হয়৷ যাৰ ফলত দেশত নাৰী যে একেবাৰে সুৰক্ষিত নহয় তথা তেওঁলোকৰ যে নিৰাপত্তা নাইকিয়া হৈ পৰিছে সেয়া ইতিমধ্যে প্ৰমাণ হৈ পৰিছে৷