81
গুৱাহাটীঃ অসমক ধন্যবাদ এই ইভেন্টৰ বাবে। গুৱাহাটী উন্নত হৈছে এখন স্মাৰ্ট চিটিৰ দৰে৷ মই অসমৰ জনতাক ধন্যবাদ জনাইছো ডাঙৰ ইভেন্ট অনুষ্ঠিত কৰাৰ বাবে৷ বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ডাঙৰ ইভেন্ট অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ৷
বিশ্বমানৰ বিমান বন্দৰ হ’ব গুৱাহাটীতঃ শক্তি বিভাগে কমেও ১০,০০০ কোটি টকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ সূচনা কৰিব৷ গুৱাহাটী বিশ্বমানৰ বিমান বন্দৰ হ’ব৷ য’ৰ পৰা অসমে অন্য ঠাইলৈ যোগাযোগ কৰিব পাৰিব৷