Home দেশশনিবাৰৰ পৰা কৰ্ণাটক ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে, দৰ্শন কৰিব মঠ-মন্দিৰ-দৰগাহ

শনিবাৰৰ পৰা কৰ্ণাটক ভ্ৰমণ কৰিব ৰাহুল গান্ধীয়ে, দৰ্শন কৰিব মঠ-মন্দিৰ-দৰগাহ

by News Desk
A+A-
Reset
download

ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনৰ সময়ত কেইবাটাও মন্দিৰ দৰ্শন কৰি বিৰোধীৰ তীব্ৰ বাক্যবাণৰ সন্মুখীন হৈছিল কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে৷ তাৰ পিছতো যেন কেৰেপ কৰা বিধৰ নহয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী৷ এইবাৰ ৰাহুল গান্ধীয়ে ভ্ৰমণ কৰিব কৰ্ণাটক৷ কৰ্ণাটক ভ্ৰমণ কৰি দৰ্শন কৰিব মঠ-মন্দিৰ-দৰগাহ৷ ৰাজ্য খনত কেইটামান মাহৰ পিছতেই অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন।

ইয়াৰ পূৰ্বে ০৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাংগালুৰুত এখন জনসভাত অংশ লৈ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ পতন নিশ্চিত বুলি কৈছিল৷ তাৰ পিছতে শনিবাৰৰ পৰা ৰাহুলে কৰ্ণাটক ভ্ৰমণ কৰিব ৰাজ্য খন৷ ভ্ৰমণ কালত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে দৰ্শন কৰিব মঠ-মন্দিৰ আৰু দৰগাহ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0