62
গুৱাহাটীঃ বিজেপিৰ সাংসদ মিনাক্ষী লেখিয়ে টুইট যোগে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ইতিকিং কৰে৷ কংগ্ৰেছৰ নেতা-কৰ্মী তথা ৰাহুল গান্ধীয়ে পঞ্জাৱ নেচ’নেল বেংকৰ ১২,০০০ কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত শাসকীয় বিজেপি দলক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছিল৷
My Nani is 93. She’s the kindest soul ever. This Holi weekend, I’m going to surprise her! I can’t wait to give her a hug…. #HappyHoli to all of you. Have a joyful celebration..