Home দেশমেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ পোহৰলৈ নহা পাঁচটা কথা পঢ়ক newsnextone.Com-ত

মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ পোহৰলৈ নহা পাঁচটা কথা পঢ়ক newsnextone.Com-ত

by News Desk
108 views
A+A-
Reset

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে৷ শেহতীয়া খবৰ অনুসৰি নাগালেণ্ডত কংগ্ৰেছ দলে ২৯খন, মেঘালয়ত বিজেপিয়ে ২৩খন আৰু ত্ৰিপুৰাত বিজেপি দলে ৩৮খন আসনত আগবাঢ়ি আছে৷ এই বিধানসভা নিৰ্বাচনৰ ফলাফলত ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২ গৰাকী আৰু নাগালেণ্ড ১৯৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পূৰ্বে উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ বিশেষত্বৰ বিষয়ে জানিবলৈ পঢ়ক………………..  

মেঘালয়
১. মেঘালয়ত ট্ৰেকিং, কেবিং, হেণ্ড গ্লাইদিং, আৰু ৱাটাৰ স্পৰ্টছক দৰে বহুতো মনোৰঞ্জনধৰ্মী খেল আছে৷ 
২. মেঘালয়ৰ ৰাজধানী শ্বিলঙক ‘উত্তৰ-পূবৰ স্কটলেণ্ড’ নামেৰে জনা যায়৷
৩. মেঘালয় পূৰ্বে অসমৰ অন্তৰ্গত আছিল৷ কিন্ত ১৯৭২ চনৰ ২১ জানুৱাৰী তাৰিখে খাছী, গাৰো আৰু জয়ন্তীয়া পাহাৰীয়া দিলাক একত্ৰিত কৰি মেঘালয় ৰাজ্য হিচাপে গঠিত হয়৷  
৪. মেঘালয়ৰ মূখ্য ভাষা ইংৰাজী৷ ইয়াৰোপৰি খাছী, পনাৰ আৰু গাৰো ভাষাও কথিত ভাষা হিচাপে ব্যৱহৃত হয়৷
৫. মেঘালয়ৰ ৭০ শতাংশ অঞ্চল জংগলে আৱৰা৷ যাৰ বাবে মেঘালয় এছিয়াৰ ভিতৰতে বনস্পতিৰ বাবে বিখ্যাত৷   

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0