91
সোণাৰিঃ খোদ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াই মানৱ সম্পদ গঢ়াৰ খনিকৰক ৰাজহুৱা ভাৱে অপমান কৰি সমগ্ৰ শিক্ষক সমাজক তাচ্ছিল্য কৰাৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে এইবাৰ চৰাইদেউ জিলাৰ সোণাৰিত এগৰাকী নিৰীহ যুৱকক আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ নিৰীহ থলুৱা যুৱকজনক আটক কৰাৰ পিছতেই থলুৱা মহিলাই উত্তাল কৰে চৰাইদেউ জিলাৰ চৰাইপুং আৰক্ষী থানাৰ চৌহদ৷
