Home ৰাজ্যকাজিৰঙাৰ বনকৰ্মীৰ বিশেষ সামৰিক প্ৰশিক্ষণৰ সামৰণি

কাজিৰঙাৰ বনকৰ্মীৰ বিশেষ সামৰিক প্ৰশিক্ষণৰ সামৰণি

by News Desk
87 views
A+A-
Reset

কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু অগৰাতলি বনাঞ্চলত বিগত ৬ সপ্তাহ ধৰি চলা বনকৰ্মীৰ বিশেষ প্ৰশিক্ষণৰ সামৰণি পৰিছে৷ ‘ট্ৰেনিং অৱ দ্য ট্ৰেনাৰ্চ’ নামৰ এই প্ৰশিক্ষণত ৰাজ্যৰ গঁড় আৱাস থকা সংৰক্ষিত বনাঞ্চলৰ পৰা নিৰ্বাচিত কৰি অনা মুঠ ৩০ গৰাকী বনকৰ্মীক এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

বিশ্ব প্ৰকৃতি নিধি চমুকৈ WWFৰ সহযোগত বন বিভাগে আয়োজন কৰা এই প্ৰশিক্ষণত দক্ষিণ আফ্ৰিকাৰ বন্যপ্ৰাণী মহাবিদ্যলয়ৰ অভিজ্ঞ প্ৰশিক্ষক ৱাল্টাৰ কমব্ৰিকে বন কৰ্মী সকলক চোৰাংচিকাৰী বিৰুদ্ধে যুঁজিব পৰাকৈ বনাঞ্চলৰ ভিতৰত গেৰিলা যুদ্ধৰ প্ৰশিক্ষণৰ উপৰিও বিভিন্ন ধৰণৰ উন্নত অস্ত্ৰ চালনৰ প্ৰশিক্ষণৰ লগতে বন্যপ্ৰাণী অপৰাধ সম্বন্ধীয় অনুসন্ধান, বনাঞ্চলত কৰিব লগা পেট্ৰলিং আদিৰো ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0