80
ডিজিটেল ডেস্কঃ দয়াল সিং মাজেথিয়া ভাৰতবৰ্ষৰ এগৰাকী কৰ্পৰেট জগতৰ প্ৰতিষ্ঠিত লোক আছিল৷ যিগৰাকী লোকে প্ৰতিষ্ঠা কৰিছিল এটা বেংকৰ দৰে অনুষ্ঠানৰ৷ যাৰ নাম দিছিল পঞ্জাৱ নেছনেল বেংক চমুকৈ পিএনবি৷
১৮৪৮ চনত বানাৰসত জন্ম গ্ৰহণ কৰিছিল৷ এগৰাকী বেংকাৰ হিচাপে প্ৰসিদ্ধ আছিল তেওঁ৷ প্ৰগতিশীল সমাজ সংস্কাৰক সকলৰ মাজৰ এজন দয়াল সিং৷ তেওঁ ১৮৮১ চনত অবিভক্ত লাহোৰত The Tribune নাম কাকত খন প্ৰতিষ্ঠা কৰিছিল৷