Home দেশ২০১৬ চনৰ পিছত কিমান কৃষকে কৰিলে আত্মহত্যা? চৰকাৰে ৰাজহুৱা নকৰে তথ্য

২০১৬ চনৰ পিছত কিমান কৃষকে কৰিলে আত্মহত্যা? চৰকাৰে ৰাজহুৱা নকৰে তথ্য

by News Desk
60 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ভাৰতবৰ্ষ মূলতঃ এখন কৃষি প্ৰধান দেশ৷ দেশৰ সৰহসংখ্যক লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ কিন্তু বৰ্তমানসময়ত সাধাৰণভাৱে জীৱন-যাপন কৰা এই কৃষকসকলৰ অৱস্থা একেবাৰে তথৈবচ৷ কিয়নো দেশৰ কৃষকসকলে ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যাৰ দৰে পথ বাছি ল’ব লগা হৈছে৷ প্ৰতিদিনে আন্দোলন কৰিব লগা হৈছে৷ উচিত মূল্যৰ অভাৱত উৎপাদিত সামগ্ৰী ৰাজপথত পেলাই দিব লগা হৈছে৷ নিজৰ মূত্ৰ পান কৰি, এন্দুৰ ভক্ষণ কৰি, মানুহৰ লাওখোলা হাতত লৈ অভিনৱ প্ৰতিবাদ কৰি আহিছে দেশৰ দৰিদ্ৰ কৃষকসকলে৷ 

চৰকাৰে কৃষকসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে যদিও নিম্নগামী কৰিব পৰা নাই কৃষকৰ আত্মহত্যাৰ হাৰ৷ কৃষকসকলৰ কৰ মাঁফি, উৎপাদিত সামগ্ৰীৰ সঠিক মূল্য আদিৰ দৰে দাবীসমূহ পূৰণ কৰিম বুলি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ পৰিপ্ৰেক্ষিততেই কৃষকসকলৰ আত্মহত্যাৰ হাৰ বৃদ্ধি পায় আহিছে বুলি চৰ্চা অব্যাহত আছে৷ কিন্তু পূৰ্বৰ চৰকাৰৰ দৰে কৃষকৰ আত্মহত্যাৰ সংখ্যা ৰাজহুৱা কৰা নাই মোডী চৰকাৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0