55
গুৱাহাটীঃ প্ৰায় ৫ কোটি ফেচবুক ব্যৱহাৰকাৰীৰ একাউন্টৰ তথ্য ফাদিল হোৱাৰ কথা বিগত সপ্তাহত পোহৰলৈ আহিছিল। তথ্য ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলি ফেচবুকৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে ভুল স্বীকাৰ কৰে৷ তাৰ লগে লগে মাৰ্ক জুকাৰবাৰ্গে নেটিজেনৰ বাবে ফেচবুকত সবিশেষ লিখি এটি আপডেট দিয়ে৷
⇒ মাৰ্কৰ ফেচবুক আপডেটটোৰ সবিশেষ